Windows 98/2000/XP and above
উইণ্ড'জ 98/2000/এক্স পি আৰু ততোধিক

You will screen like given here while downloading the font file
ফন্ট ফাইল ডাউনলোড কৰি থকাৰ সময়ত তলৰ স্ক্ৰীণখণৰ দৰে দেখিব


ফন্ট ফাইল ছেভ কৰিবলৈ SAVE বাটন ক্লিক কৰক আৰু তলব স্ক্ৰীণখন দেখা পাব


আপোনৰ কম্পিউটাৰত GIST-ASOTSatyajit.ttf ছেভ কৰিবলৈ SAVE বাটন ক্লিক কৰক

Click on Windows or WinNT folder and you will see following screen
তলব স্ক্ৰীণখন চাৰলৈ উইণ্ড'জ নাইবা WinNT ফোল্ডাৰত ক্লিক কৰক
 

Click Fonts folder
ফন্টস ফোল্ডাৰত ক্লিক কৰক

 

Copy ASOTBiisha_N_Ship.ttf (from where it is saved ) and install/paste it in Fonts folder
ASOTBiisha_N_Ship.ttf কপি কৰক (য'ৰ পৰা ইয়াক ছেভ কৰিছিল) আৰু ফন্টস ফোল্ডাৰত ইনষ্টল/পেষ্ট কৰক |

Restart your system after installation to successfully install font file.
ফন্ট ফাইল সফলতাৰে ইনষ্টল কৰিবলৈ ইনষ্টলেশ্বন প্ৰক্ৰিয়া শেষ হলে আপোনাৰ ছিষ্টেমটো ৰিষ্টাৰ্ট কৰক

Now you can start downloading Click here to download.
এতিয়া আপুনি ডাউনলোড কৰা আৰম্ভ কৰিব পাৰে | ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক |

For inputting text in your own language on Internet download the UNICODE Compliant keyboard driver
আপোনাৰ ভাষাত ইন্টাৰনেটত কিবা লেখনি ইনপুট কৰিবলৈ UNICODE কমপ্লিয়েন্ট কীবোৰ্ড ড্ৰাইভাৰ ডাউনলোড কৰক |